সদৌ অসম কবি সন্মিলন (২০২২-২৪) ৰ সপ্তমখন কাৰ্যনিৰ্বাহক বৈঠক

সদৌ অসম কবি সন্মিলন (২০২২-২৪) ৰ সপ্তমখন কাৰ্যনিৰ্বাহক বৈঠক আজি পোনপ্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত হয়। মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত উপস্থিত হোৱা মাজুলীৰ ভিন্ন প্ৰান্তৰ জেষ্ঠ কবিসকলক লগ পাই পৰম আহ্লাদিত হোৱাৰ লগতে কৃতাৰ্থ হ’লো।

May be an image of 11 people, people smiling and text

May be an image of 12 people, people smiling and hospital

Leave a Reply

Your email address will not be published. Required fields are marked *