কালি দুৱাৰ মুকলি হোৱা ‘সদৌ অসম কবি সন্মিলন’ৰ মুখ্য কাৰ্যালয় ‘সাহিত্যপ্ৰাণ ডক্টৰ কুতুবুদ্দিন আহমেদ ভৱন’ত সংস্থাপিত ত্ৰিমূৰ্তি( ক্ৰমে ‘সদৌ অসম কবি সন্মিলন’ৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈ,ডক্টৰ কুতুবুদ্দিন আহমেদ আৰু ‘সদৌ অসম কবি সন্মিলন’ৰ প্ৰতিষ্ঠাপক সম্পাদক আনন্দ দত্ত) ৰ নিৰ্মাতা বিশিষ্ট ভাস্কৰ্য শিল্পী বিনোদ দাওৰ সৈতে জনম খনিকৰ আৰু মই(ত্ৰিমূৰ্তৰ সমুখত)
‘সদৌ অসম কবি সন্মিলন’ৰ মুখ্য কাৰ্যালয় ‘সাহিত্যপ্ৰাণ ডক্টৰ কুতুবুদ্দিন আহমেদ ভৱন’
