সদৌ অসম কবি সন্মিলনৰ বাবে আজি দিনটো ঐতিহাসিক দিন হিচাপে পৰিগণিত হল।এটাসপোন সাকাৰ হল । কবিসন্মিলনৰ স্থায়ী কেন্দীয় কাৰ্যলয় এটি যোৰহাটত হৈ উঠিল ড°কুতুবুদ্দিন আহমেদ দেৱৰ সহধৰ্মিণী এলিজা বেগম বাইদেউৰ মহানুভৱতাৰ বাবেই ।সদৌঅসম কবি সন্মিলনৰ কেন্দীয় কমিতিৰ সভাপতি সম্পাদক পাৰভিজ হুছেইন উপসভাপতি উজ্জ্বল পাওগাম আদিকে ধৰি গৃহটি নিৰ্মানত যিসকল মহান ব্যক্তিয়ে মুক্ত হস্তেদান আৰু কায়িক শ্ৰম দিলে সকলোলৈকে গভীৰ সেৱাজনালো। নিজকে ধন্য মানিছো এই ক্ষণত উপস্থিত থাকিবলৈ পায়।
জয়তু সদৌ অসম কবি সন্মিলন।